অসম

assam

ETV Bharat / videos

গৌৰিশংকৰ ভট্টাচাৰ্যৰ দৰে জেলৰ পৰা জিকিল অখিল গগৈ, কি ক'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যই?

By

Published : May 2, 2021, 10:54 PM IST

পূৱ গুৱাহাটীত জয় নিশ্চিত হোৱাৰ পাচতে সাংবাদিকৰ আগত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ মন্ত্ৰী গৰাকীয়ে অখিল গগৈ জয় সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে, মোৰ পিতৃয়েও জেলত থাকি জয়ী হৈছিল ৷

ABOUT THE AUTHOR

...view details