অসম

assam

ETV Bharat / videos

Assam Youth Olympics: তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে শান্তি কছাৰীয়ে - অসম যুৱ অলিম্পিকত ব্ৰঞ্জ পদক লাভ

By

Published : Jul 28, 2022, 10:28 PM IST

অসম যুৱ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে শান্তি কছাৰীয়ে(Assam Youth Olympics) ৷ তিতাবৰ ডাংধৰা টাইকোৱাণ্ডো একাডেমীৰ পৰা শান্তি কছাৰীয়ে অসম যুৱ অলিম্পিকত অংশগ্ৰহণ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনাত এতিয়া গৌৰাম্বিত তিতাবৰৰ ডাংধৰা টাইকোৱাণ্ডো একাডেমী ৷ ইফালে, তিতাবৰ তিনি আলিৰ পৰা এক ৰেলীৰ জৰিয়তে আদৰি অনা হয় টাইকোৱাণ্ডো খেলুৱৈ শান্তি কছাৰীক(Shanti Kachari won bronze medal) ।

ABOUT THE AUTHOR

...view details