অসম

assam

By

Published : Jun 12, 2022, 1:11 PM IST

ETV Bharat / videos

চামগুৰিত উদ্ধাৰ সজীৱ গুলীসহ এটা থাইমেড ৮.২ পিষ্টল

চামগুৰি আৰু আমবাগান আৰক্ষীৰ যুটীয়া অভিযানত(Joint operation of Samguri and Ambagan police) উদ্ধাৰ কৰা হ'ল দুই জাই সজীৱ গুলীসহ এটা থাইমেড ৮.২ পিষ্টল(Samguri and Ambagan police recovered arms) । কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা কুখ্যাত অপৰাধী নুৰ হুছেইনৰ চামগুৰিৰ ভগামুৰস্থিত বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান । অভিযানত নুৰ হুছেইনৰ বিৰুদ্ধে ডকাইতি, ড্ৰাগছ সৰবৰাহ তথা গড় চিকাৰৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পিছতে ধৃত আন এক কুখ্যাত অপৰাধী জীয়াবুৰ ৰহমানে দিয়া তথ্যৰ ভিত্তিত ধৃত নুৰ হুছেইনক আৰক্ষীয়ে জেল হাজোতৰ পৰা আনি চলাইছিল অভিযান ৷

ABOUT THE AUTHOR

...view details