অসম

assam

ETV Bharat / videos

Road accident at Kalgachia: কলগাছিয়াৰ গুনীয়ালগুৰিত পথ দুৰ্ঘটনা - কলগাছিয়া নাৱজ্যোতি মহাবিদ্যালয়

By

Published : Jul 15, 2022, 8:33 AM IST

কলগাছিয়াৰ গুনীয়ালগুৰিত পথ দুৰ্ঘটনা (Road accident at Kalgachia) ৷ শুকুৰবাৰে নিশা কলগাছিয়াৰ পৰা গুনীয়ালগুৰি অভিমুখে এখন বাইক আৰু বিৰৰীত দিশৰ পৰা আহি থকা এখন ই-ৰিক্সাৰ মাজত কলগাছিয়া নাৱজ্যোতি মহাবিদ্যালয়ৰ (Nabajyoti College Kalgachia) ওচৰত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত বাইক আৰোহী গুনীয়ালগুৰিৰ বাসিন্দা আদম অলীৰ পুত্ৰ আৰসাদ আলী গুৰুতৰ ভাৱে আহত হয় (One injured in Road Accident) ৷ লগে লগে স্থানীয় ৰাইজৰ সহযোগত আৰসাদ আলীক বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়ালৈ (Barpeta Medical College) লৈ যোৱা হয় যদিও যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত ততাতৈয়াকৈ বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত (Fakhruddin Ali Ahmed Medical College) ভৰ্তি কৰোৱা হয় ৷

ABOUT THE AUTHOR

...view details