অসম

assam

By

Published : Apr 3, 2021, 3:48 PM IST

ETV Bharat / videos

পীযুষ হাজৰিকাৰ বিৰুদ্ধে তিনিচুকীয়াত সাংবাদিকৰ প্ৰতিবাদ

সংবাদকৰ্মী সকল কিমান সুৰক্ষিত কিয় বাৰে বাৰে প্ৰতিবাদ কৰিব লগা হয় সাংবাদকৰ্মী সকলে। শেহতীয়াকৈ অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ম’বাইল ফোন যোগে দুই সাংবাদিকক ভাবুকি দিয়া কাৰ্যক প্রদিবাদ জনাই সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত তিনিচুকীয়া সাংবাদিক সন্থাৰ উদ্যোগত তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, শদিয়া, ছৈখোৱা, প্ৰেছক্লাব আৰু মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ সহযোগত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

ABOUT THE AUTHOR

...view details