অসম

assam

ETV Bharat / videos

মৰাণত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া - বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ

By

Published : May 2, 2021, 12:02 PM IST

আন আন সমষ্টিসমূহৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাটো আৰম্ভ হৈছে অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ মৰাণ সমষ্টিত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ ডিব্ৰুগড়ৰ 7 টা সমষ্টিতে বিজেপিয়ে জয় লাভ কৰিব বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details