অসম

assam

ETV Bharat / videos

প্ৰাণ খুলি হোলী গীত পৰিৱেশন কৰিলে ৰণজিত দাসে - হোলী গীত

🎬 Watch Now: Feature Video

By

Published : Mar 28, 2021, 5:02 PM IST

একালৰ সাংবাদিক আৰু বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসক শনিবাৰে বজালীত দেখিবলৈ পোৱা গ'ল এক নতুন ৰূপত । নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে বজালী য়ুথ ক্লাৱে দৌল উৎসৱ উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত প্ৰাণ খুলি হোলী গীত পৰিৱেশন কৰা দেখা যায় ৷

ABOUT THE AUTHOR

...view details