বানপীড়িতৰ বাবে বিশেষ গৃহ নিৰ্মাণ ৰামোজী গ্ৰুপৰ - সাৱধানতা অৱলম্ব
2018 চনত নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাত ভয়ংকৰ বানৰ সৃষ্টি হৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক সহায়ৰ হাত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ৰামোজি গ্ৰুপৰ ৷ আগশাৰীৰ প্ৰতিষ্ঠান ৰামোজি গ্ৰুপে কেৰালাৰ বানত ক্ষতিগ্ৰস্থ হোৱা 121 টা পৰিয়ালৰ ঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে ৷ ভৱিষ্যতে যাতে সেই সমূহ পৰিয়ালে পুনৰ বানত ক্ষতিগ্ৰস্থ হ'ব নোৱাৰে তাৰবাবে বিশেষ সাৱধানতা অৱলম্বন কৰি ঘৰসমূহ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে প্ৰতিষ্ঠানটোৱে ৷ বিশেষ ধৰণৰ ইটা তথা সামগ্ৰী ব্যবহাৰ কৰি ঘৰ সমূহ নিৰ্মাণ কৰিছে প্ৰতিষ্ঠানটোৱে ৷ এই ক্ষেত্ৰত এক প্ৰতিবেদন ৷ লগতে পঢ়ক : ৬৮ সংখ্যক 'মন কী বাত' : দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে