বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়ালৈ ৰাষ্ট্ৰপতি সন্মান
৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাখাতলৈ গৌৰৱ কঢ়িয়ালে এগৰাকী আৰক্ষী বিষয়াই (President Bravery Medal to Assam Police officer) । ৰাষ্ট্ৰপতিৰ সাহসিকতা পদক বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতুপন চুতীয়ালৈ (OC Bitupan Chutia selected for President medal)। কাৰ্বিআংলঙত উগ্ৰপন্থী বিৰোধী অভিযানত সাহসিকতা প্ৰদৰ্শন কৰাৰ বাবে এই পদক আৰক্ষী বিষয়াগৰাকীলৈ । পদক লাভ কৰিয়েই উৎফুল্লিত বিষয়াগৰাকীয়ে প্ৰকাশ কৰিলে প্ৰথম প্ৰতিক্ৰিয়া ।