অসম

assam

ETV Bharat / videos

ৰঙাপৰাত ঈদ পালনৰ ব্যাপক প্ৰস্তুতি - ৰঙাপৰাত ঈদৰ প্ৰস্তুতি

By

Published : May 2, 2022, 8:33 PM IST

মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ (Eid-Ul-Fitr to be celebrate on Tuesday)৷ ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি ৷ তাৰ সামন্তৰালকৈ শোণিতপুৰৰ ৰঙাপৰাবাসী সাজু হৈ উঠিছে ঈদ-উল-ফিতৰ উদযাপন কৰিবলৈ ৷ পৱিত্ৰ ঈদৰ বাবে জিলাখনৰ ৰঙাপৰাৰ চহৰত থকা ঐতিহাসিক জামে মছজিদক নামাজৰ বাবে চাফ-চিকুণ কৰি পকীৰ খুটাত জাপি আৰু গামোচা লগাই সাজু কৰি তোলা হৈছে (Preparations for Eid-ul-Fitr at Rangapara ) ৷

ABOUT THE AUTHOR

...view details