অসম

assam

প্ৰাসংগিক প্ৰেক্ষাপট : এইবাৰৰ অতিথি বিজেপিৰ যুৱ নেতা বনমালী শৰ্মা

By

Published : Dec 27, 2020, 11:19 AM IST

Published : Dec 27, 2020, 11:19 AM IST

Updated : Dec 28, 2020, 9:41 AM IST

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতাও বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ ক্ৰমান্বয়ে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত আগমণ ঘটিছে নতুন মুখৰো ৷ তেনে এগৰাকী ব্যক্তি হ'ল ছিপাঝাৰ সমষ্টিৰ যুৱনেতা বনমালী শৰ্মা ৷ উচ্চ পদসহ চৰকাৰী চাকৰিয়াল হৈও ৰাজনীতিলৈ মন মেলিছে বনমালী শৰ্মাই ৷ কিন্তু কিয় ? কুৰুৱা অঞ্চলৰ ২০০ ৰো অধিক গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত লীন হ'ল তাৰপিচতো সমস্যাৰ তালিকাত নাই গৰাখহনীয়াৰ প্ৰসংগ ৷ কি ক'লে বনমালী শৰ্মাই ? জনসংখ্যাৰ গাঁঠনিৰ পৰা ছিপাঝাৰ সমষ্টি আনতকৈ কিছু পৃথক ৷ কিন্তু উগ্ৰ হিন্দুত্ববাদে বিজেপিৰ ভোট বেংকত ক্ষতি কৰিব নেকি ছিপাঝাৰত ? তদুপৰি নিৰ্বাচন বহু আহিল বহু গ'ল তথাপি কিন্তু বহু সমস্যা আজিও সমাধান নহ'ল ৷ এই সকলোবোৰ বিষয় সামৰি জিলা উন্নয়ন বিষয়াৰ পৰা ৰাজনীতিত খোজ দিয়া বনমালী শৰ্মাৰ সৈতে এইবাৰৰ প্ৰাসংগিক প্ৰেক্ষাপট বিশেষ...
Last Updated : Dec 28, 2020, 9:41 AM IST

ABOUT THE AUTHOR

...view details