অসম

assam

ETV Bharat / videos

লক ডাউনৰ চতুৰ্থ দিনাই নজ্বলা হৈছে বহুতৰ ঘৰৰ চৌকা

By

Published : Mar 28, 2020, 3:51 PM IST

লক ডাউনৰ চতুৰ্থ দিনাই নজ্বলা হৈছে বহুতৰ ঘৰৰ চৌকা । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বহু পৰিয়াল এতিয়া মহাসমস্যাত । এফালে যদি ঘৰত নাই খাদ্যসামগ্রী আনফালে বহু পৰিয়াল আকৌ সন্মুখীন হৈছে মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ হাৰাশাস্তিৰ । দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে পেকেজ ঘোষণা কৰিছে কিন্তু লক ডাউনৰ তৃতীয় দিনাই অনাহাৰে দিন কটাবলগীয়া হৈছে বহু পৰিয়ালে । পিছে অনাহাৰে দিন কটালেও সমাজৰ স্বাৰ্থত অনায়াসে মানি চলিছে লক ডাউন।

For All Latest Updates

ABOUT THE AUTHOR

...view details