অসম

assam

ETV Bharat / videos

শাসনৰ গাদীত কেনেকুৱা চৰকাৰ বিচাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?

By

Published : Mar 23, 2021, 9:26 PM IST

নিৰ্বাচনলৈ আৰু মাজত মাত্ৰ কেইটামান দিন ৷ ইয়াৰ পিচতে পৰ্যায়ক্ৰমে আৰম্ভ হ'ব ৰাজ্যৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ লক্ষণীয়ভাৱে প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ সন্মোহনী বাণেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টাত ব্যস্ত ৰাজনৈতিক দলসমূহ আৰু প্ৰতিগৰাকী প্ৰাৰ্থী ৷ কিন্তু 2021 ৰ নিৰ্বাচনত কেনেকুৱা এখন চৰকাৰ বিচাৰে আজিৰ ছাত্ৰ সমাজে ? এয়ে লৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ কাষত ৷ কি ক'লে এই সকল শীক্ষাৰ্থীয়ে ইটিভি ভাৰতৰ পলিটিক্স এণ্ড কেম্পাচত, চাওঁ আহক...

ABOUT THE AUTHOR

...view details