অসম

assam

ETV Bharat / videos

ডিগবৈ সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী প্ৰহ্লাদ নায়কৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ... - ১২৩ নং ডিগবৈ সমষ্টিতো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা

By

Published : Mar 18, 2021, 11:17 AM IST

প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটাদিন বাকী থকা সময়তে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে প্ৰতিদিনে অনুষ্ঠিত কৰিছে ইখনৰ পাচত সিখনকৈ প্ৰচাৰ সভা ৷ আন আন সমষ্টি সমূহৰ দৰে ১২৩ নং ডিগবৈ সমষ্টিতো বৃদ্ধি পাইছে নিৰ্বাচনীক তৎপৰতা ৷ শাসকীয় আৰু বিৰোধী দলৰ উপৰিও আন আন দল সমূহেও চলাই গৈছে নিজ নিজ প্ৰচাৰ ৷ চাওঁ আহক সমষ্টিটোৰ অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰহ্লাদ নায়কৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ...

ABOUT THE AUTHOR

...view details