অসম

assam

ETV Bharat / videos

উৰুখা পঁজাত আইতা আৰু নাতিৰ কঠোৰ জীৱন সংগ্ৰাম - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Apr 28, 2022, 10:48 PM IST

কলিয়াবৰ বৰুৱাগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এইগৰাকী বৃদ্ধাৰ কাহিনীয়ে কৈ যায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহু অকথিত কাহিনী (Old Lady in Poor Condition at Kaliabor) । বেৰৰ নামত বাঁহৰ কেইচটামান কামি, চালিত দুচলামান টিনপাত তাৰ মাজতেই আইতা আৰু নাতিৰ জীৱন সংগ্ৰাম ৷ তুলু বৰুৱা নামৰ এই বৃদ্ধাগৰাকীৰ ভাগ্যত নহ'ল এটা চৰকাৰী অনুদানৰ ঘৰ । পঞ্চায়ত কাৰ্যালয়লৈ তাঁত-বাতি কৰি এটি চৰকাৰী অনুদানৰ ঘৰৰ বাবে জমা দিছিল নথি-পত্ৰ । কিন্তু আজিলৈকে নপৰিল কাৰোৰে সুদৃষ্টি । সেয়ে এটি ঘৰ দিবৰ বাবে এতিয়া এই বৃদ্ধা আৰু নাতিনীয়ে বেদনাসিক্ত নয়নেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে আহ্বান জনাই ক'লে এনেদৰে ৷

ABOUT THE AUTHOR

...view details