অসম

assam

ETV Bharat / videos

Japanese Encephalitis infection: দৰঙত ভয়াৱহভাৱে বৃদ্ধি জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ

By

Published : Aug 1, 2022, 5:21 PM IST

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে (Japanese encephalitis infection increased in Assam) । দৰঙতো ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা । জিলা খনত ১ আগষ্টলৈকে ২২ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে চিকিৎসকে । ইয়াৰে ৯ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত কৰিছে চিকিৎসকে (People affected by Japanese encephalitis) । ইতিমধ্যে ৭ গৰাকীৰ মৃত্যু হৈছে আৰু ১৫ গৰাকী চিকিৎসাধীন হৈ আছে । ইয়াৰে তিনি গৰাকীৰ জাপানীজ এনকেফেলাইটিছত আৰু চাৰি গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হয় বুলি জানিব পৰা গৈছে (3 people died in Japanese encephalitis) ।

For All Latest Updates

ABOUT THE AUTHOR

...view details