অসম

assam

ETV Bharat / videos

নগাঁৱত মোদী চৰকাৰৰ উন্নয়নৰ খতিয়ান দিলে জিলা বিজেপিয়ে - নগাঁও জিলা বিজেপিৰ সভাপতি

By

Published : Jun 2, 2022, 6:18 PM IST

Updated : Jun 2, 2022, 8:40 PM IST

নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্যকালত হোৱা উন্নয়ন মূলক কামৰ এখন দীঘলীয়া তালিকা লৈ সংবাদ মেল সম্বোধন কৰে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথে (Nagao BJP president press meet)। নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি উল্লেখ কৰিলে চৰকাৰখনৰ উন্নয়নমূলক কাম-কাজৰ তথ্য। ভাৰতবর্ষক বিশ্বৰ অন্যতম ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে কাম কৰি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi works to bring India top)। বিগত ৮ বছৰীয়া কাৰ্যকালত দেশৰ জনগণৰ কাৰণে বহুকেইটা অভিলাষী আঁচনি হাতত লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi Government development scheme)। বিগত সময়ত বিজেপি চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ শৌচালয়ৰ পৰা ৰাস্তা ঘাটলৈকে উন্নয়ন সম্ভৱ কৰি তুলিছে বুলি মন্তব্য অভিজিৎ নাথৰ ।
Last Updated : Jun 2, 2022, 8:40 PM IST

ABOUT THE AUTHOR

...view details