অসম

assam

ETV Bharat / videos

ভিক্টৰ দাসৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ধাৰাত গোচৰ; আক্ষেপ প্ৰকাশ মাতৃৰ - Mother react on Victor Das arrest

By

Published : Sep 11, 2022, 3:45 PM IST

ভিক্টৰ দাসক গ্ৰেপ্তাৰ সন্দৰ্ভত মাতৃয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া(Mother react on Victor Das arrest) । মাতৃ আক্ষেপেৰে কয় যে, সি তথ্য জনাবলৈ হে আহিছিল আৰু সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান কৰিব লাগিছিল । তাৰ হাতত তথ্য আছে । তথ্য নথকাকৈ সি একো কোৱা নাই (Victor Das arrested by Guwahati police) । কিন্তু তাৰ বিপৰীতে তাক গ্ৰেপ্তাৰ কৰা হ'ল । ভিক্টৰ দাসৰ ওপৰত যিকেইটা ধাৰা তাক লগাইছে সেইকেইটা ধাৰা তাৰ বাবে প্ৰযোজ্য নহয় বুলিও দাবী কৰে ভিক্টৰৰ মাতৃয়ে । আৰু কি ক'লে শুনক ।

ABOUT THE AUTHOR

...view details