অসম

assam

ETV Bharat / videos

Azadi Ka Amrit Mahotsav: তেজপুৰত ১২ নং এন ডি আৰ এফ বাহিনীৰ মক ড্ৰীল - National Disaster Response Force

By

Published : Aug 11, 2022, 1:12 PM IST

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) উপলক্ষে চলি থকা আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) ব্যাপক প্ৰস্তুতি দেখা গৈছে দেশৰ বিভিন্ন প্ৰান্তত । তাৰ মাজতে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগেও (National Disaster Response Force) হাতত লৈছে বিভিন্ন কাৰ্যসূচী । বুধবাৰে ১২ নং NDRF বাহিনীয়ে তেজপুৰত দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ বিভিন্ন কৌশল সমূহ প্ৰদৰ্শন কৰে (Mock drill of NDRF)। এক বিশেষ অনুষ্ঠানত বাহিনীৰ লোকসকলে হাতে হাতে জাতীয় পতাকা লৈ কৰি মাত্ৰ এক মিনিটৰ ভিতৰতে উদ্ধাৰ কাৰ্যত ব্যৱহৃত বিভিন্ন যন্ত্ৰ পাতিৰ ব্যৱহাৰ কি দৰে হয় পদৰ্শন কৰে ।

ABOUT THE AUTHOR

...view details