অসম

assam

ETV Bharat / videos

অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ শুভেচ্ছা জনালে বিধায়ক ভুৱন গামে

By

Published : Apr 15, 2022, 9:56 AM IST

আজি পহিলা ব’হাগ (Rangali Bihu 2022) ৷ মাজুলীৰ লগতে অসমৰ প্ৰত্যেকগৰাকী অসমীয়াক অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনাই বিধায়ক ভুৱন গামে (MLA Bhuban Gam greets Assamese on Rangali Bihu) । পহিলা ব’হাগৰ দিনটোত মাজুলীৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মাজুলীৰ হৈ কাম কৰি যোৱাৰ লগতে মাজুলীৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে অহৰহ চেষ্টা কৰাৰ কথা জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details