অসম

assam

ETV Bharat / videos

ৰাজ্যত অচিৰেই বলৱৎ হ'ব নতুন যান-বাহন আইন: চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Jun 8, 2022, 9:09 PM IST

ৰাজ্যত অচিৰেই বলৱৎ হ'ব নতুন যান-বাহন আইন । এই ঘোষণা ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (Minister Chandra Mohan Patowary in Nalbari)। নলবাৰীত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ (Mukhyamantri Grammya Parivahan Achoni) এক অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পৰিবহণ আঁচনিৰ অধীনত বুধবাৰে দ্বিতীয় পৰ্যায়ত ২২ জন হিতাধিকাৰীৰ মাজত চৰকাৰে আগবঢ়োৱা ৰেহাইযুক্ত গাড়ী প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details