অসম

assam

ETV Bharat / videos

ক্ষুদ্ৰ চাহ খেতিয়কৰে উদ্যোগ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক - Tea prices are steadily falling in Assam

By

Published : Oct 1, 2022, 3:24 PM IST

ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে চাহৰ মূল্য(Tea prices are steadily falling in Assam) । নিম্নগামী চাহৰ মূল্যক লৈ উদ্বিগ্ন হৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল । চাহৰ মূল্য নিৰ্ধাৰণৰ বাবে চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনোৱাৰ পিছতে শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰী সকলৰ সৈতে আলোচনাত বহিল ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা(Industries Minister with Small Tea Growers) । টি বৰ্ডৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত শীঘ্ৰে বিষয়টো বিবেচনা কৰাৰ নিৰ্দেশ দিয়ে চাহ বৰ্ডক । ইফালে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহৰ মানদণ্ডৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । আলোচনাকালত উপস্থিত থাকে উপায়ুক্ত বিশ্বজিত পেগু ।

ABOUT THE AUTHOR

...view details