অসম

assam

Minister Bimal Bora in Karimganj: বদৰপুৰৰ শিল্প উদ্যোগস্থলী পৰ্যবেক্ষণ মন্ত্ৰী বিমল বৰাৰ

By

Published : Jul 27, 2022, 8:06 AM IST

মঙলবাৰে কৰিমগঞ্জত উপস্থিত হৈ বদৰপুৰৰ শিল্প উদ্যোগস্থলী পৰ্যবেক্ষণ কৰে মন্ত্ৰী বিমল বৰাই (Bimal Bora visited Badarpur industrial site) ৷ উদ্যোগস্থলীসমূহ পৰ্যবেক্ষণ কৰি বদৰপুৰৰ যুৱক-যুৱতীসকলক উদ্যোগ ক্ষেত্ৰত আগুৱাই অহাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ লগতে এই উদ্যোগৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰি থকা লোকসকলৰ লগতো এক আলোচনাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে (Minister Bimal Bora in Karimganj ) ৷ আনহাতে শিল্প উদ্যোগস্থলীৰ কেইবাখনো প্ৰতিষ্ঠানৰ দুখ লগা অৱস্থা দেখি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ উঠিল মন্ত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

...view details