অসম

assam

ETV Bharat / videos

পাঞ্জা খেলুৱৈৰ ৰূপত কৃষিমন্ত্ৰী অতুল বৰা - Panja championship

By

Published : Dec 13, 2021, 4:11 PM IST

এইবাৰ পাঞ্জা খেলুৱৈৰ ৰূপত কৃষিমন্ত্ৰী অতুল বৰা ৷ বোকাখাতত পাঞ্জা খেলি নিজৰ বাহুবল প্ৰদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে । প্ৰতিপক্ষক পৰাজিত কৰি নিজকে বাহুবলী বুলি প্ৰমাণ কৰিলে মন্ত্ৰী গৰাকীয়ে(Minister Atul Borah flaunts his panja playing skills)। দেওবাৰে শাৰীৰিক সাংস্কৃতিক সংস্থাৰ উদ্যোগত বোকাখাতৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈছিল গোলাঘাট জিলা ভিত্তিক শক্তি উত্তোলন(Weight Lifting competition) আৰু পাঞ্জা প্ৰতিযোগিতা(Arm wrestling championship)। এই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে আতিথ্য সমিতিৰ সভাপতি বিজয় ফুকনে আৰু বন্তি প্ৰজ্বলন কৰে মিলন বৰাই । উল্লেখ্য যে, জিলাখনৰ শতাধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত ভাগ লোৱা পৰিলক্ষিত হয় ।

For All Latest Updates

ABOUT THE AUTHOR

...view details