অসম

assam

ETV Bharat / videos

Fire in Bokakhat: বোকাখাতত ধানৰ ভঁৰালত জুই - বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিসংযোগ

By

Published : Oct 16, 2022, 8:08 PM IST

বোকাখাতৰ ২ নং বালিগাঁৱত দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড(Fire incident at Bokakhat) । বালিগাঁৱৰ ইন্দ্ৰ কুটুমৰ ভঁৰাল ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিসংযোগ হৈ ভঁৰালৰ বহু ধান নষ্ট হয় । দিনৰ ভাগত পৰিয়ালৰ লোকে চোতালত ধানৰ ডাঙৰি মৰণা মাৰি থকা সময়তে ভঁৰাল গৃহত অগ্নিসংযোগ হৈ চোতালত থকা ধান জ্বলি উঠে(Massive Fire at Bokakhat) । পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

ABOUT THE AUTHOR

...view details