ধিঙৰ মাছ বজাৰত গ্ৰাহকৰ হেতা ওপৰা - চিতল, ভকুৱা, ৰৌ, বৰালি
আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা । উৰুকা বুলিলে এফালে বজাৰত মাছ উভৈনদী হোৱাৰ লগতে গাঁৱে-ভূঞে পুখুৰীত থলুৱা মাছ ধৰি বিক্ৰী কৰিছে একাংশই । চিতল, ভকুৱা, ৰৌ, বৰালি আৰি ভিন্নধৰণৰ মাছ কিনিবলৈ ৰাইজৰ ভিৰ বজাৰত ।