অসম

assam

ETV Bharat / videos

মাজুলীৰ খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন লুৰিণ জ্যোতি গগৈৰ - erosion in Majuli

By

Published : Sep 14, 2022, 11:55 AM IST

উপ-নিৰ্বাচনৰ পাছত মাজুলীলৈ অহা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে মঙলবাৰে সন্ধিয়া শালামৰাৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে (Lurinjyoti Gogoi in Majuli) । খহনীয়াগ্ৰস্ত স্থান পৰিদৰ্শন কৰি তেওঁ কয়, চৰকাৰে নিৰ্বাচনৰ আগত আৰু পাছত গৰা খহনীয়া ৰোধৰ যি প্ৰতিশ্ৰুতি দিছিল সেইয়া ৰক্ষা কৰা নাই (Erosion remedial measure by Govt) । যাৰ ফলস্বৰূপে বহু পৰিয়াল খহনীয়াৰ কবলত পৰিয়ে আছে আৰু এই গৰা খহনীয়াই প্ৰতি দিনে খহাই আছে (River erosion in Majuli)। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে আৰু কয় যে খহনীয়াৰ কৱলত পৰি বহু পৰিয়ালে এতিয়াও মাথাউৰি ওপৰত বাস কৰি থাকিব লগীয়া পৰিৱেশৰ সৃষ্টি হৈছে গতিকে চৰকাৰে অতি সোনকালে এটা বিশেষ পেকেজ ঘোষণা কৰি এই গৰা খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰিব লাগে (Erosion hits river island majuli)।

ABOUT THE AUTHOR

...view details