Leopard Cat Rescued: কলিয়াবৰত লতামাকৰী উদ্ধাৰ - কলিয়াবৰ মহকুমাৰ কঠালগুৰিৰ নিবাসী
কলিয়াবৰ মহকুমাৰ কঠালগুৰিৰ নিবাসী গৌতম চাংমাৰ বাসগৃহৰ পৰা মঙলবাৰে উদ্ধাৰ কৰা হয় এটা লতামাকৰী বাঘ (Leopard Cat rescued at Kaliabor)৷ ইয়াৰ পিছতে প্ৰকৃতিপ্ৰেমী দুলু বৰাই উদ্ধাৰ কৰে লতামাকৰী বাঘটো । ইফালে, বনবিভাগৰ উপস্থিতিত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় লতামাকৰী বাঘটো ।