অসম

assam

By

Published : Oct 9, 2022, 10:46 PM IST

ETV Bharat / videos

নলবাৰীৰ ঐতিহ্যমণ্ডিত ৬২ সংখ্যক পকোৱাত ৰাজহুৱা লক্ষ্মী পূজা আৰম্ভ

আজি লক্ষ্মী পূজা (Lakshmi Puja 2022) ৷ লক্ষ্মী পূজাক লৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ (Lakshmi Puja celebrated in Assam) ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে নলবাৰীতো ঘৰে ঘৰে চলিছে পূজাৰ প্ৰস্তুতি । জিলাখনৰ ভিন্ন প্ৰান্তৰ লগতে পকোৱাতো আৰম্ভ হৈছে ৬২ সংখ্যক ৰাজহুৱা লক্ষ্মী পূজা । চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে লক্ষ্মী পূজা মহোৎসৱ । ইফালে লক্ষ্মী পূজা উপলক্ষে সাংস্কৃতিক বিশাল শোভাযাত্ৰা উলিওৱা হয় । আনহাতে লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি বিভিন্ন পূজাস্থলীত থিয়েটাৃ-নাটো প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ।

ABOUT THE AUTHOR

...view details