অসম

assam

ETV Bharat / videos

শৌচাগাৰৰ গাঁতত সোমাই মৃত্যু 2 শ্ৰমিকৰ - Labour Death in Kaliabor

🎬 Watch Now: Feature Video

By

Published : Jul 6, 2022, 2:16 PM IST

কলিয়াবৰৰ বেঙেনাআটিত বুধবাৰে সংঘটিত হয় এটি কৰুণ ঘটনা(Labour Death in Kaliabor) । দ গাঁতত আৱদ্ধ হৈ মৃত্যু ঘটে দুজন শ্ৰমিকৰ । নিহত লোক দুজন কাৱৈমাৰীৰ দিলীপ মণ্ডল আৰু উলুৱনীৰ বুবুল বিশ্বাস বুলি জানিব পৰা হৈছে । পেছাত দুয়োজন মিস্ত্ৰী । বেঙেনাআটিৰ মহেশ্বৰ বসুমতাৰীৰ ঘৰৰ চৌহদত শৌচাগাৰৰ টেংকিত কাম কৰিবলৈ সোমাইছিল মিস্ত্ৰী দুজন । টেংকিৰ ভিতৰত অক্সিজেনৰ অভাৱত লোক দুজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details