অসম

assam

By

Published : Jun 7, 2022, 2:21 PM IST

ETV Bharat / videos

HSLC Exam result 2022 : 595 নম্বৰেৰে তৃতীয় স্থান দখল ডিব্ৰুগড়ৰ লাবিব মুজিবৰ

মঙলবাৰে 10 বজাত ঘোষণান কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam result 2022 )৷ ডিব্ৰুগড়ৰ চাৰিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । ডিব্ৰুগড় ডনবস্ক' উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ ছাত্ৰ লাবিব মুজিবে তৃতীয় স্থান লাভ কৰে (Labeeb Muzib secure 3rd rank in HSLC Exam) । ডিব্ৰুগড় নগৰৰ ক'ল ৰোডৰ দন্ত চিকিৎসক মুজিব খান আৰু চৰঞ্জিত ক'ৰ খানৰ পুত্ৰ লাবিব খানে মুঠ ৫৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ লাবিব মুজিবৰ লক্ষ্য ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ।

ABOUT THE AUTHOR

...view details