Front Line Worker : কেনেকৈ যুঁজিছে সংবাদকৰ্মী সকলে...
লক ডাউন(lock down)ৰ মাজতে আন বহু ফ্ৰণ্টলাইন ৱৰ্কাৰ(front line worker)ৰ দৰে সাংবাদিকসকলে সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতা পালন কৰি আছে ৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সমাজৰ বাবে ওলাই আহে সাংবাদিক(journalist)সকল । চৰকাৰী নীতি, ক’ভিড প্ৰটকল(covid protocol) মানি এইখিনি সময়ত সাংবাদিকসকলৰ বাবে সাংবাদিকতা হৈ পৰিছে অন্য এক প্ৰত্যাহ্বান । তাৰ মাজতে এইসকল সাংবাদিকক বহুজনে কৰে সমালোচনা ৷ ডিব্ৰুগড়ৰ এনে কিছুসংখ্যক সাংবাদিক তথা ফ্ৰণ্টলাইন ৱৰ্কাৰৰ সৈতে ইটিভি ভাৰতৰ এক প্ৰতিবেদন...