অসম

assam

International Yoga Day 2022: শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

By

Published : Jun 21, 2022, 1:20 PM IST

Published : Jun 21, 2022, 1:20 PM IST

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিতো আয়োজন কৰা হয় অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) ৷ ইফালে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই যোগ দিৱসৰ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে (Rameswar Teli in Sivasagar) । শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধী দাহালৰ লগতে অ’ এন জি চি অসম সম্পদৰ বিষয়াবৰ্গৰ সহিত বহু গণ্যমান্য ব্যক্তিয়ে এই যোগ দিৱসত অংশগ্ৰহণ কৰে (International Yoga Day celebrate in Sivasagar)। শিৱসাগৰৰ সহস্ৰাধিক ৰাইজৰ লগতে বিভিন্ন শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীয়ে এই যোগ দিৱসত ভাগ লয় ৷

ABOUT THE AUTHOR

...view details