অসম

assam

ETV Bharat / videos

ৰোগীৰ সেৱাত নহয়: ৰজা-ৰাণীৰ ৰূপত সেৱাকৰ্মী - International Nurses Day observed

By

Published : May 13, 2022, 5:48 PM IST

ৰোগীৰ সেৱাত ব্ৰতী থকা সেৱাকৰ্মীৰ আন এক ৰূপ । অভিনয়েৰে মুহিলে উপস্থিত দৰ্শকৰ মন । বিশ্ব নাৰ্ছ দিৱসৰ লগত সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্ছ সন্থাই প্ৰদৰ্শন কৰিলে নিজৰ নিজৰ সুপ্ত প্ৰতিভা । দৈনন্দিন জীৱনত পুৱাৰ পৰা নিশালৈ থকা ব্যস্ততাৰ মাজতো বিশ্ব নাৰ্ছ দিৱসৰ দিনটো পালন কৰিলে ব্যক্তিক্ৰমী ৰূপত (International Nurses Day observed at JMC)। সদায় বগা সাজ পৰিধান কৰি ৰোগীৰ সেৱা কৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এই সকল সেৱা কৰ্মীয়ে এই বিশেষ দিনটো পালন কৰিলে বিশেষ ৰূপত । মহাপুৰুষীয়া নাট "শ্ৰীকৃষ্ণৰ কুন্ডিল যাত্ৰা ৰুক্মবীৰৰ দৰ্পচুণ্ণ" প্ৰদৰ্শন কৰি মন মুহিলে উপস্থিত দৰ্শকৰ ।

ABOUT THE AUTHOR

...view details