অসম

assam

By

Published : Jul 28, 2021, 12:05 PM IST

ETV Bharat / videos

গ্ৰীণ কৰিডৰেৰে কাছাৰৰ SP ক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ

অসম-মিজোৰাম সীমান্তৰ সংঘৰ্ষত আহত কাছাৰৰ আৰক্ষী অধীক্ষক(SP) বৈভৱ নিম্বলকাৰক উন্নত চিকিৎসাৰ বাবে মঙলবাৰে মুম্বাইলৈ প্ৰেৰণ কৰা হৈছে ৷ মুম্বাইৰ কোকিলাবেন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী অধীক্ষকগৰাকীক ৷ মঙলবাৰে দুপৰীয়া গ্ৰীণ কৰিডৰ সাজি কুম্ভীৰগ্ৰাম বিমানবন্দৰলৈ নিয়া হয় জিলা আৰক্ষী অধীক্ষকগৰাকীক ৷ ইয়াৰ পাছতে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে মুম্বাইলৈ প্ৰেৰণ কৰা হয় আৰক্ষী বিষয়াগৰাকীক ৷

ABOUT THE AUTHOR

...view details