অসম

assam

ভাৰতৰ COVID-19ৰ শেহতীয়া তথ্য !

By

Published : May 1, 2020, 2:03 PM IST

Published : May 1, 2020, 2:03 PM IST

ভাৰতত বৰ্তমানলৈ প্ৰায় 33 হাজাৰ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ লক্ ডাউনৰ দ্বাৰা চৰকাৰে কৰ'ণা প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও এই ৰোগত নতুন নতুন আক্ৰান্ত লোক চিনাক্ত হৈছে ৷ ভাৰতৰ COVID 19 ৰ শেহতীয়া তথ্যৰ বাবে চাওক এই প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details