অসম

assam

ETV Bharat / videos

এসময়ৰ বেগী বলাৰ এছ শ্ৰীশান্ত এতিয়া হ’লগৈ চলচ্চিত্ৰ তাৰকা

By

Published : Apr 21, 2022, 9:44 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন পেচ বলাৰ এছ শ্ৰীশান্তে (India's former pace bowler S Sreesanth) এইবাৰ তেওঁৰ কেৰিয়াৰ অন্য এটা ইনিংছ খেলিবলৈ সাজু হৈছে (second innings of S Sreesanth) । অভিনেতা হিচাপে তেওঁৰ প্ৰথম তামিল ছবি 'কাঠভাক্কুলে ৰাণ্ডু কথাল' অহা ২৮ এপ্ৰিলত মুক্তি পাব আৰু তেওঁৰ দ্বিতীয়খন ছবিত তেওঁ ছানী লিয়নীৰ সৈতে এটা বলীউডত 'আইটেম নাম্বাৰৰ কামতো ব্যস্ত আছে (S Sreesanth in item number with Sunny Leone) । শ্ৰীশান্তে তেওঁৰ বলীউডৰ ছবিখনত এজন নেপথ্য গায়কৰ ভূমিকাও পালন কৰিছে আৰু তেওঁৰ প্ৰথম গানটোৰ বাণীবন্ধনৰ কাম এৰ্নাকুলামত ইতিমধ্যে সম্পন্ন হৈছে ।

ABOUT THE AUTHOR

...view details