অসম

assam

By

Published : May 13, 2020, 1:47 PM IST

ETV Bharat / videos

COVID-19 : ভাৰতৰ শেহতীয়া তথ্য !

13 মে'লৈ ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যা 74,281 গৰাকীলৈ বৃদ্ধি পায় । ক্ৰমাগতভাৱে এই সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে ভাৰতত ৷ নতুন নতুন অঞ্চললৈ সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছ ৷ যাৰ ফলত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে উৰ্ধমুখী হোৱা পৰিলক্ষিত হৈছে ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ ৷ তাৰোপৰি গুজৰাট, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো আক্ৰান্তৰ হাৰ অধিক হোৱা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

...view details