অসম

assam

Illegal liquor seized: ৰঙাপৰা আবকাৰীৰ অভিযানত জব্দ অৰুণাচলী সুৰা

By

Published : Jun 10, 2022, 10:04 PM IST

ৰাজ্যৰ অব্যাহত আছে সুৰাৰ অবৈধ সৰবৰাহ (Illegal supply of liquor in Assam) । যাৰ বাবে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই আহিছে (Strict action against illegal sale of liquor)। তেনে সময়তে ৰঙাপৰা আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰিলে অবৈধ সুৰা(Illegal liquor seized at Rangapara) । উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা একাংশ লোকে অবৈধ সুৰা জিলাখনৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি থকাৰ সময়তে শুকুৰবাৰে ৰঙাপৰা আবকাৰী বিভাগ আৰু ভালুকপুং আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত জব্দ কৰা হয় অৰুণাচলী সুৰা । ইফালে, এই অভিযানত চাৰিদুৱাৰৰ পৰা ভালুকপুং পৰ্যন্ত অভিযান চলাই আবকাৰী বিভাগ তথা আৰক্ষীয়ে ৯ কেচ বিয়েৰ আৰু ৩ কেচ বিদেশী সুৰা জব্দ কৰে ।

ABOUT THE AUTHOR

...view details