অসম

assam

ETV Bharat / videos

নামৰূপ সাৰ কাৰখানাৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আছুৰ ২৪ ঘণ্টীয়া অনশন - নামৰূপ সাৰ কাৰখানাৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আছুৰ ২৪ ঘণ্টীয়া অনশন

🎬 Watch Now: Feature Video

By

Published : Aug 14, 2022, 2:31 PM IST

দেশে অনুষ্ঠিত কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ সমগ্ৰ দেশৰ লগতে নামৰূপতো অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে ৷ সেই সময়তে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ, ৰাসায়নিক সাৰৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু সাৰ কাৰখানাটোত অসমীয়া বিৰোধী নীতিৰ প্ৰতিবাদত আজি পুৱাৰে পৰা ১৫ আগষ্টৰ পুৱা ৯ বজালৈকে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে (AASU on hunger strike to demanding resolution of various issues) ৷ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন, ৰাসায়নিক সাৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু সাৰ কৰ্তৃপক্ষৰ অসমীয়া বিৰোধী নীতিৰ প্ৰতিবাদত আছুৱে বাৰম্বাৰ প্ৰতিবাদ কৰি আহিছে যদিও সাৰ কাৰখানাৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত পুনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰতিবাদত নামিব লগা হ'ল নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা ।

For All Latest Updates

ABOUT THE AUTHOR

...view details