অসম

assam

By

Published : Jul 11, 2022, 10:07 PM IST

ETV Bharat / videos

Phensedyl seized at Badarpur: বদৰপুৰত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

বদৰপুৰ আৰক্ষীৰ বৃহৎ সফলতা । কৰিমগঞ্জৰ বদৰপুৰত জব্দ নিষিদ্ধ ফেঞ্চিডাইল (Drugs seized at Badarpur) ৷ সোমবাৰে কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষীয়ে বদৰপুৰৰ পেট্ৰ'ল পাম্পৰ কাষৰীয়া অঞ্চলসমূহত অভিযান চলাই জব্দ কৰে এখন ফেঞ্চিডাইল ভৰ্তি ট্ৰিপাৰ বাহন(Huge amount of Phensedyl seized at Badarpur) ৷ যাৰ মূল্য 50 লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ জব্দকৃত ট্ৰিপাৰ বাহনখনৰ নম্বৰ হৈছে AS ১১ CC ০৯১৯ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details