অসম

assam

HS final result 2022: কলা শাখাৰ দ্বিতীয় শীৰ্ষ স্থানপ্ৰাপ্ত বিদিশাৰ শিক্ষক হোৱাৰ মন

By

Published : Jun 27, 2022, 10:02 AM IST

Updated : Jun 27, 2022, 11:33 AM IST

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাৰ দ্বিতীয় শীৰ্ষ স্থান লাভ নলবাৰীৰ বিদিশা মিশ্ৰৰ (HS result 2022 second rank holder Bidisha Mishra)। নলবাৰীৰ শংকৰদেৱ একাডেমীৰ পৰা কলা শাখাত দ্বিতীয় শীৰ্ষ স্থান দখল কৰি নলবাৰীৰ চ'ক বজাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে বিদিশাই । বিদিশা মিশ্ৰই ৪৮৬ সৰ্বমুঠ নম্বৰেৰে দখল কৰে দ্বিতীয় স্থান । উমেশ চন্দ্ৰ মিশ্ৰ আৰু জোনালী দেৱীৰ কন্যা বিদিশা ।
Last Updated : Jun 27, 2022, 11:33 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details