অসম

assam

ETV Bharat / videos

Massive fire at Borhola: বৰহোলাত দাউ দাউকৈ জ্বলিল এটি বাসগৃহ - অগ্নিকাণ্ডত বৰহোলাৰ চাহ বাগিছা

By

Published : Jul 27, 2022, 5:23 PM IST

বৰহোলাত তিনিআলিত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড(Massive fire at Borhola)৷ এই অগ্নিকাণ্ডত বৰহোলাৰ চাহ বাগিছাৰ শ্ৰমিক ফিৰদুছ আলিৰ বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যায় ৷ দুয়ো পতি-পত্নী চাহবাগিছালৈ কাম কৰিবলৈ যোৱাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ড (Fire breakout at Borhola)৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে(House burnt for Electric short circuit) ৷ লক্ষ্যনীয় বিষয় যে, মাত্ৰ 20 মিটাৰ দূৰত্বত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় থকা স্বত্বেও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহ'ল ৷

ABOUT THE AUTHOR

...view details