HSLC result 2022: দশম স্থানত জিলিকিল গৌৰীসাগৰৰ হিমাংশু দাস - শিৱসাগৰৰ সুন্দৰমল হাইস্কুলৰ সাফল্য
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত দশম স্থানে দখল কৰিলে গৌৰীসাগৰৰ হিমাংশু দাসে । শিৱসাগৰৰ সুন্দৰমল হাইস্কুলৰ ছাত্ৰ হিমাংশু দাসে এই পৰীক্ষাত প্ৰথম দহটা স্থানৰ ভিতৰত মুঠ ৫৮৮ নম্বৰ লাভ কৰে (Himanshu Das secure 10th rank in HSLC exam 2022) । ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা হিমাংশু দাস নামদাঙৰ প্ৰবোধ দাস আৰু ৰঞ্জনা পাঠক দাসৰ পুত্ৰ ৷