অসম

assam

ETV Bharat / videos

Hima Das in CWG 2022: মহিলাৰ 200 মিটাৰ হিটছৰ চেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ - Dhing express Hima Das

By

Published : Aug 4, 2022, 5:23 PM IST

বাৰ্মিংহামত ট্ৰেকত নামিল ধিং এক্সপ্ৰেছ হিমা দাস (Dhing express Hima Das) । ২০০ মিটাৰ দৌৰত অংশ ল'লে অসম কন্যা হিমা দাসে (Commonwealth Games 2022) । কমনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰ হিটছত প্ৰথম স্থানত হিমা দাস (Hima Das qualifies for Women's 200 meter Semi-final) । ছেমি ফাইনেলত প্ৰেৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ । হিমাক আশীৰ্বাদ কৰিবলৈ ৰাইজক আহ্বান পিতৃ-মাতৃৰ ৷

ABOUT THE AUTHOR

...view details