অসম

assam

ETV Bharat / videos

Brother of Arunachal MP: তাহং গাৱৰ অপহৰণ সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰতিক্ৰিয়া - Brother of Arunachal MP rescued in Guwahati

By

Published : Jul 30, 2022, 8:17 PM IST

অৱশেষত উদ্ধাৰ হ'ল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ নিৰুদ্দেশ হৈ থকা ভ্ৰাতৃ(Brother of Arunachal MP rescued in Guwahati)। উল্লেখ্য় যে শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা সন্ধানহীন হৈছিল অৰুণাচল প্ৰদেশৰ বিজেপি সাংসদ তাপিৰ গাৱৰ ভ্ৰাতৃ তাহং গাও । অৱশেষত পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা আৰক্ষীয়ে তাহং গাৱক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰা অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ তাহোং গাৱৰ অপহৰণ সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

For All Latest Updates

ABOUT THE AUTHOR

...view details