অসম

assam

গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ

By

Published : Oct 2, 2020, 6:51 AM IST

Updated : Oct 2, 2020, 9:48 AM IST

গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মালৈ ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ ৷ শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত গান্ধীজীৰ প্ৰিয় ভজন 'ৰামধুন' ৷ গান্ধীজীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্র বিশ্ব‌ই সভ্যতাৰ মহানায়কজনলৈ শ্ৰদ্ধা জনোৱাৰ মুহূৰ্তত ইটিভি ভাৰত অসমৰ পৰাও জাতিৰ পিতা মহাত্মালৈ বিশেষ শ্ৰদ্ধা আগবঢ়াই সংস্কৃত গীত পৰিবেশনেৰে সকলোকে মোহাচ্ছন্ন কৰা বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত আগ বঢ়াইছো গান্ধীজীৰ প্রিয় ভজন 'ৰামধুন'।
Last Updated : Oct 2, 2020, 9:48 AM IST

ABOUT THE AUTHOR

...view details