অসম

assam

ETV Bharat / videos

উৎখাত বৃহৎ জুৱাৰ ঘাটি: হোজাইত জুৱাৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ পাঁচ জুৱাৰী - Assam Police crack down on crimes

By

Published : Sep 25, 2022, 11:20 AM IST

হোজাই জিলা লংকা দুই নং ৰে’ল গেটৰ ওচৰৰ মাষ্টাৰ কলনীত শনিবাৰে নিশা আৰক্ষীয়ে অসামাজিক কাৰ্যকলাৰ বিৰুদ্ধে অভিযান চলায়(Gambling in Hojai)। এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত লংকা আৰক্ষীয়ে উৎখাত কৰে এটা বৃহৎ জুৱাৰ ঘাটি (Gamblers arrested in Hojai)। আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত জুৱাৰ সামগ্ৰীসহ হাতে লোটে গ্ৰেপ্তাৰ কৰে পাঁচ জুৱাৰীক(Assam Police crack down on crimes) । জুৱাৰীকেইটা ক্ৰমে পলাশ মজুমদাৰ, ৰাজকুমাৰ গুপ্তা, ৰবি শীল, অভিজিৎ দত্ত আৰু ৰাজকুমাৰ চাহু । ধৃত জুৱাৰীকেইটাৰ পৰা নগদ ২৪,৯০০ টকা জব্দ কৰাৰ লগতে তিনিখন বাইক আৰু এখন স্কুটিও জব্দ কৰে বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details