অসম

assam

By

Published : Jun 12, 2022, 9:25 PM IST

ETV Bharat / videos

আই নদীৰ কালৰূপ : বানত প্লাৱিত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল

যোৱা দুই তিনি ধৰি হৈ যোৱা বৰষুণৰ ফলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আই নৈৰ জলপৃষ্ঠ(Flood in Bongaigaon) । আই নৈৰ বাঢ়নী পানীত প্লাৱিত হৈছে মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৫,৬ নং ভাণ্ডাৰা । ৬ নং ভাণ্ডাৰা হৈ কীৰ্তনপাৰা লৈ পথৰ ওপৰেদি বাগৰিছে পানী । ঘৰে ঘৰে পানী সোমোৱাৰ ফলত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ । মৰাপাট, ধান খেতি আদি শস্যৰ পথাৰ এতিয়া পানীৰ তলত । পথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

ABOUT THE AUTHOR

...view details