অসম

assam

By

Published : Jul 10, 2022, 1:33 PM IST

ETV Bharat / videos

লখিমপুৰত সম্পন্ন ঈদুল-আজহাৰ নামাজ

বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিছে পবিত্র উৎসৱ ঈদুল-আজহা(Eid al-Adha 2022) । ঈদ উপলক্ষে চৌদিশে দেখা গৈছে এক আনন্দমুখৰ পৰিবেশ । লখিমপুৰতো বিৰাজ কৰিছে একেই পৰিবেশ। সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদুল-আজহা(Eid public namaz in Lakhimpur) । চৰকাৰী নিৰ্দেশনা মানি ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক ৰক্ষা কৰি লখিমপুৰ জিলাৰ বিভিন্ন ঠাইৰ লগতে কদম টেঙাবস্তী আৰু লীলাবাৰী বালিজান গাঁৱতো সমূহীয়া ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে ।

ABOUT THE AUTHOR

...view details